নিশাচৰ চৰাই (বিশেষ্য)
দিনত লুকাই থকা আৰু ৰাতি ওলোৱা বা ৰাতি চৰা পক্ষী
ভোদা (বিশেষ্য)
যাৰ বুদ্ধি নাই বা কম
চমৎকাৰ (বিশেষ্য)
মানুহে অলৌকিক আৰু অমানৱীয় বুলি বিবেচনা কৰা এক ধৰণৰ আশ্চর্যজনক ্কাম
অন্যমনস্ক (বিশেষণ)
যাৰ মন অন্য কোনো বস্তু বা কথাৰ প্রতি আসক্ত হৈ আছে
জনসমুদ্র (বিশেষ্য)
মানুহৰ সমষ্টি বা সমূহ
ওখ-পাখ (বিশেষণ)
বহুত ডাঙৰ বিশেষ উচ্চতা সম্পন্ন বা যাৰ বিস্তাৰ ওপৰলৈ অধিক হয়
ভগিনী (বিশেষ্য)
সম্বন্ধৰ বিচাৰত মাকৰ জীয়েক বা খুৰী, মামী, জেঠী আদিৰ ছোৱালী বা যাক ধর্ম, ্সমাজ, আইন আদিৰ আধাৰত ভগ্নীৰ ্মর্যাদা দিয়া হৈছে
তুলনাহীন (বিশেষণ)
যিটো তুলনীয় নহয়
গিৰিসাই (ক্ৰিয়া বিশেষণ)
পলম নোহোৱাকৈ কৰা
আশ (বিশেষ্য)
কোনো কাম হʼব বুলি বা কোনো বস্তু পাম পাম বুলি ভবা মনৰ এক অৱস্থা:মই তেওঁৰ্ পৰা এনে ব্যৱহাৰ পাম বুলি আশা কৰা নাছিলো