Meaning : পক্ষী আদিৰ মধুৰ ধ্বনি
Example :
উপবনত পক্ষীৰ কুজনে মনটো আহ্লাদিত কৰি তোলে
Synonyms : কুঞ্জন
Meaning : মধুৰ শ্্ব্দ কৰা কার্য
Example :
পুৱাই-পুৱাই পক্ষীৰ কুজনৰ লগে লগে মোৰ টোপনি ভাগিল
Synonyms : গুঞ্জন