Meaning : যাৰ হাতত জীৱিকা নি্র্বাহৰ বাবে কোনো কাম-কাজ নাথাকে
Example :
দিনে দিনে নিবনুৱাৰ সংখ্যা বাঢ়িবলৈ ধৰিছে
Synonyms : সংস্থাপনহীন
Meaning : জীৱিকাৰ কাৰণে মানুহৰ ওচৰত একো কাম নথকা অৱস্থা
Example :
দিনে দিনে নিবনুৱাৰ সমস্যা বাঢ়ি গৈ আছে
Synonyms : বেৰোজগাৰ
Meaning : যাৰ ওচৰত জীৱন-নি্র্বাহৰ কাৰণে কোনো কাম-বন নাই
Example :
বর্ত্্মান বহুত নিবনুৱা যুৱক আছে
Synonyms : জীৱিকাহীন