Meaning : অন্ন, ফল আৰু শাক-পাচলীযুক্ত
Example :
এই হোটেলত কেৱল নিৰামিষ ভোজন পোৱা যায়
Meaning : যʼত মাংস মিহলি হৈ নাথাকে
Example :
হিন্দু ধর্ম-গ্রন্থ অনুসৰি নিৰামিষ ভোজন কৰিলে শৰীৰ আৰু মন শুদ্ধ হৈ থাকে
Synonyms : নিৰামুহি