Meaning : কোনো বস্তু সম্পূর্ণৰূপে জ্বলি যোৱাৰ পিছত ৰৈ যোৱা অৱশিষ্ট অংশ
Example :
গাঁৱত কিছুমান লোকে ছাইৰে বাচন-বর্তন মাজে
Synonyms : ছাই
Meaning : জ্বলি ছাই হোৱা বা সম্পূর্ণ ৰূপে জ্বলি যোৱা
Example :
জুইৰ তীব্র শিখাত সন্দীপৰ ঘৰ ভস্মীভূত হৈ পৰিল
Synonyms : ভস্মীভূত