Meaning : জ্বলি ছাই হোৱা বা সম্পূর্ণ ৰূপে জ্বলি যোৱা
Example :
জুইৰ তীব্র শিখাত সন্দীপৰ ঘৰ ভস্মীভূত হৈ পৰিল
Synonyms : ভস্ম
Meaning : যিটো সৰি পৰি মাটিৰ সৈতে মিহলি হৈ গৈছে
Example :
ভূমিকম্পত বহুতো ঘৰ ভস্মীভূত হৈছে