Meaning : যি বিশাল বা উদাৰ নহয়
Example :
জাতি, ্ধর্ম আদিৰ ভেদভাৱ সংকুচিত মানসিকতাৰ পৰিচায়ক
Synonyms : সঙ্কোচিত
Meaning : যাৰ সংকোচন হৈছে
Example :
সীতাই সংকুচিত কাপোৰবোৰ ইস্ত্রী কৰি আছে
Synonyms : কুণ্ঠিত, নিমিলত, সঙ্কুচিত, ্কোঁচ খাই থকা-