Meaning : জুইৰ ওপৰত ৰাখি গলোৱা বা তৈয়াৰ কৰা কার্য
Example :
মাংসখিনি ভালদৰে সিজোৱা নাই
Synonyms : ৰন্ধা
Meaning : যিটো পানীত উতলাই সিজোৱা হৈছে
Example :
ৰাতিপুৱাৰ আহাৰত তেওঁ সিজোৱা কণী খায়
Synonyms : সিদ্ধ