প্রত্নতাত্ত্বিক (বিশেষ্য)
পুৰাতত্ত্বৰ বিদ্যা বা জ্ঞান অর্জন ্কৰা লোক
স্বতন্ত্র (বিশেষণ)
নিজৰ ইচ্ছা অনুসৰি সকলো কাম কৰিব পৰাজন
আশাতীত (বিশেষণ)
যি প্রত্যাশাৰ পৰা দূৰত
ব্যৱহাৰকাৰী (বিশেষণ)
বস্তু, সেৱা আদিৰ উপভোগ কৰোঁতা বা সেইবোৰক কামত লগোৱা
হীন বংশ (বিশেষ্য)
বেয়া বা সৰু বংশ
কুণ্ঠিত (বিশেষণ)
বিফলতাক লৈ নিৰাশ হোৱা
চুমা-চুমি (বিশেষ্য)
প্রেমিক-প্রেমিকাই ভাৱাবেশত পৰস্পৰক চুমা খোৱা তথা আলিংগন কৰা কার্য
বেতসলতা (বিশেষ্য)
এবিধ ্ কাঁইটীয়া লেহুকা গছ যাৰ গা-গছৰ পৰা পাচি, খৰাহি, মূঢ়া, চকী, টেবুল, লাখুটি, ৰচী আদি তৈয়াৰ কৰা হয়
মেৰামতি কৰা (ক্ৰিয়া)
ভগা-চিগা বস্তু পুনৰ সঠিক ৰূপত গঢ়া
ভোদা (বিশেষ্য)
যাৰ বুদ্ধি নাই বা কম