ফুলৰ কলি (বিশেষ্য)
যিপাহ ফুলে পাহি মেলা নাই:কলিবিলাক ছিঙা কাৰণে মালীয়ে লʼৰা-ছোৱালীবোৰক গালি পাৰিছে
ৰংগমঞ্চ (বিশেষ্য)
নাটশালা আদিৰ যি বিশেষ স্থানত অভিনেতা অভিনেত্রীসকলে অভিনয় কৰে
অভিনন্দন-পত্র (বিশেষ্য)
ব্যক্তিগত শুভেচ্ছা জ্ঞাপন কৰিবলৈ প্রেৰণ কৰা পত্র
মহীচুঙা (বিশেষ্য)
লিখিবৰ কাৰণে ব্যৱহাৰ কৰা চিয়াহী ৰখা পাত্র
নৱৰত্ন (বিশেষ্য)
মুকুতা, মাণিক, ্বৈদুর্য, ্গোমেদ, হীৰা, প্রৱাল, পদ্মৰাগ, মৰকত আৰু নীলকান্ত- এই নবিধ ৰত্ন
বাধা-বিঘিনি (বিশেষ্য)
কোনো কাম কৰাৰ সময়ত হোৱা বাধা
স্রোতস্বিনী (বিশেষ্য)
পাহাৰ-পর্বত আদিৰ কোনো এক জল উৎসৰ পৰা নির্দিষ্ট পথেৰে বৈ আহি সাগৰ, মহাসাগৰ বা অন্য জলাশয়ত মিলিত হোৱা প্রাকৃতিক জলৰাশি
নিশাচৰ পক্ষী (বিশেষ্য)
দিনত লুকাই থকা আৰু ৰাতি ওলোৱা বা ৰাতি চৰা পক্ষী
বৌদ্ধ মঠ (বিশেষ্য)
প্রাচীন বৌদ্ধ ভিক্ষুসকলৰ ধার্মিক নিবাস স্থান
নিশাচৰ চৰাই (বিশেষ্য)
দিনত লুকাই থকা আৰু ৰাতি ওলোৱা বা ৰাতি চৰা পক্ষী