Meaning : উৎসৱ আদিত হোৱা আনন্দদায়ক পৰিস্থিতি
Example :
চুবুৰিটোৰ মানুহৰ ধুমধাম দেখি গম পোৱা গৈছে যে তাত কিবা উৎসৱ আছে
Synonyms : ধুমধাম
Meaning : বৰ আড়ম্বৰপূর্ণ আয়োজন
Example :
মঙ্গলীৰ বিয়া বৰ ধুম-ধামেৰ পতা হʼল