Meaning : ষাঠিৰ লগত ন যোগ কৰিলে পোৱা সংখ্যা
Example :
আৰে ! তুমিচোন ঊনসত্তৰটো ওলোটাকৈ লিখি দিছা !!
Synonyms : ৬৯
Meaning : ষাঠি আৰি ন বা সত্তৰতকৈ এক কম
Example :
এই সময়ত মোৰ ওচৰত মাত্র ঊনসত্তৰ টকা আছে
Synonyms : ৬৯