Meaning : লাগি থকা বা ওপৰৰ বস্তু পৃথক কৰা কার্য
Example :
কচাইয়ে ছাগলীৰ ছালখন গুচাই আছে
Synonyms : এৰোৱা
Meaning : গুচোৱা কার্য
Example :
কুঁহিয়াৰ গুচোৱা হʼল
Meaning : আনৰ দ্বাৰা গুচা
Example :
কৃষকে খেতিপথাৰত কুঁহিয়াৰ গুচোৱাই আছে