Meaning : এজোপা গছৰ মিহি আৰু দীঘলীয়া ফল, যাক তৰকাৰী হিচাপে খোৱা হয়
Example :
মায়ে চজিনাৰ তৰকাৰী ৰান্ধিছে
Meaning : তৰকাৰী হিচাপে খোৱা মিহি দীঘলীয়া ফলৰ এবিধ গছ
Example :
শ্যামে চজিনা গছৰ পৰা চজিনা চিঙিছে
Synonyms : চজিনা গছ