Meaning : বতাহত কোনো বস্তু বেগেৰে ওলাই যোৱা শ্্ব্দ
Example :
ৰকেটৰ চৰচৰণি শুনি মানুহে উৎসুকতা বশতঃ ওপৰলৈ চাবলৈ ধৰিলে
Synonyms : চৰচৰণি
Meaning : চৰ-চৰাই হোৱা শ্্ব্দ
Example :
খাটিয়াৰ চৰ-চৰ শ্্ব্দ শুনি কেঁচুৱাটোৱে চক খালে
Synonyms : চৰ-চৰ