Meaning : জাগি থকা এক অৱস্থা
Example :
দুদিন ধৰি জাগাৰ কাৰণে তেওঁৰ চকু ৰঙা হৈ পৰিছে
Synonyms : জাগৰণ
Meaning : গাই, মʼহ, ঘোঁৰা আদিৰ সংগমৰ ইচ্ছা জাগ্ৰত হোৱা কাৰ্য
Example :
কালিৰ পৰা গাইজনী জাগিছে
Synonyms : উঠা