Meaning : ৰঙা, গুলপীয়া বা বগা ৰঙৰ গুটি বা দানা থকা এবিধ গোলাকাৰ ফল
Example :
ৰমেশে ডালিম খাই আছে
Meaning : ভিতৰত বহুত গুটি থকা এবিধ সোৱাদযুক্ত ফল আৰু আৰু তাৰ গছ
Example :
মালীজনে বাগিছাত ডালিম ৰুই আছে
Synonyms : ডালিম গছ