Meaning : ঔষধ আৰু মছলা হিচাপে ব্যৱহাৰ কৰা এবিধ গছৰ সুগন্ধি ছাল
Example :
মায়ে আজি পোলাওত ডালচেনি দিবলৈ পাহৰিলে
Synonyms : ডালচেনি
Meaning : সুগন্ধি ছালযুক্ত একপ্রকাৰৰ গছ যাৰ ছাল মছলা হিচাপে ব্যৱহাৰ কৰা হয়
Example :
কেৰেলাত দালচেনিৰ খেতি কৰা হয়