Meaning : কাগজ আদিৰ ভালেমান টুকুৰা একে লগে মিলাই গাঁঠি থোৱা কার্য
Example :
কেৰাণীজনে কাগজবোৰ নথিভুক্ত কৰি আছে
Synonyms : নথিভুক্ত
Meaning : কোনো এক বিষয় অথবা মোকর্দ্্মাৰ সৈতে সম্বন্ধ থকা কিছুমান কাগজ-পত্রৰ থূপ
Example :
পিয়নজনে ফাইলটো লৈ গৈছে
Synonyms : ফাইল