Meaning : যিজন ব্যক্তিয়ে ৰাতি দেখা নাপায়
Example :
কুকুৰীকণাজনে খুটাটোত খুন্দা খালে
Synonyms : কুকুৰীকণা
Meaning : যি ৰাতি দেখা নাপায়
Example :
কুকুৰীকণা ব্যক্তিসকলৰ ৰাতি ঘূৰা-ফুৰা কৰাত অসুবিধা হয়
Synonyms : কুকুৰীকণা