Meaning : যʼত কোনো পেচ বা মোৰ আছে
Example :
পাহাৰৰ মেৰযুক্ত পথত সাৱধানেৰে গাড়ী চলাব লাগে
Synonyms : মেৰযুক্ত
Meaning : যʼত পেচ লগোৱা বা জোৰা লগোৱা আছে
Example :
ফাৰ্ণিচাৰ আদি বনোৱাৰ সময়ত পেচযুক্ত নট-বল্টুৰ ব্যৱহাৰ কৰা হয়