Meaning : কোনো বস্তু আদিৰ খালী ঠাইৰ কোনো অংশ বস্তুৰে পূর্ণ ্হোৱা
Example :
বৰষুণৰ পানীৰে পুখুৰীটো ভৰি গʼল
Synonyms : ভৰি যোৱা
Meaning : কাৰোবাক ভৰিবলে প্রবৃত্ত কৰোৱা
Example :
পুথি্ভঁ্ৰালৰ কিতাপ সময়ত ঘূৰাই নিদিয়া বাবে পুথি্ভঁ্ৰালৰ অধ্যক্ষই পঞ্চাশ টকা জৰিমণা ভৰালে
Synonyms : ভৰোৱা