पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অঁ্কা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অঁ্কা   ক্ৰিয়া

अर्थ : কোনো বিষয়, বস্তু আদি এইদৰে লিখা বা বর্ণ্্না কৰা যাৰদ্বাৰা তাৰ প্রতিচ্ছবি চকুৰ সন্মুখত ভাহি আহে

उदाहरण : সুৰদাসে ভ্রমৰ গীতত বিৰহিনী গোপীৰ মনোৰম চিত্র অংকন কৰিছে

पर्यायवाची : অংকন কৰা, অঙ্কন কৰা

अर्थ : ৰেখাৰ আকাৰ বা ৰূপ বনোৱা

उदाहरण : তেওঁ ঘৰৰ ্নক্সা আঁকিছে

पर्यायवाची : টনা

अर्थ : তপত লোহা, এছিড বা ঔষধ আদিৰে কোনো অংগত এনেদৰে জ্বলোৱা যাৰফলত সেই ঠাইখিনিত দাগ বহি যায়

उदाहरण : কিছুমান লোকে যন্ত্রনা দূৰ কৰিবৰ কাৰণেও শৰীৰত দাগ লগায়

पर्यायवाची : চিন লগোৱা, দাগ লগোৱা

चौपाल