पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অংক शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অংক   বিশেষ্য

अर्थ : কাৰোবাৰ পৰিচয়ৰ কাৰণে দিয়া বা বলবৎ কৰা সংখ্যা বা সংখ্যাৰ সমূহ

उदाहरण : খেলুৱৈ সকলৰ কাৰণে বেলেগ-বেলেগ সংখ্যা নির্ধাৰণ কৰা হৈছে

पर्यायवाची : সংখ্যা

अर्थ : সংখ্যা, পৰিমাণ আদি নিশ্চিত কৰা উপায়ৰ নিয়ম থকা শাস্ত্র

उदाहरण : ৰামানুজন গণিতৰ সুপ্রসিদ্ধ পণ্ডিত আছিল

पर्यायवाची : অংকশাস্ত্র, অঙ্ক, অঙ্কশাস্ত্র, গণিত, গণিত শাস্ত্র, গণিতশাস্ত্র

अर्थ : সংখ্যাৰ যোগ-বিয়োগ, পূৰণ-হৰণ আদি বিধিৰ ্ যʼত চর্চা কৰা হয়

उदाहरण : তেওঁ গণিতত বৰ চোকা

पर्यायवाची : অংক শাস্ত্র, গণিত, গণিত শাস্ত্র

अर्थ : কোনো শিশু আদি দাঙি লৈ দুই হাতে সাবটি নিজৰ পেট, বুকু আদিত লগাই লোৱা শাৰীৰিক অৱস্থা

उदाहरण : মাকে শিশুটোক কোলাত লৈ আহাৰ খুৱাই আছে

पर्यायवाची : অংকতল অংকদেশ, অঙ্ক, উৎসঙ্গ, কোল, কোলা, ক্রোৰ

अर्थ : নাটকৰ এনেকুৱা এটা ৰূপ, যʼত কেতিয়াবা এটা খণ্ড বা কেইবাটাও খণ্ড থাকিব পাৰে:নাটকৰ দ্বিতীয় অংকত নায়িকাই নিজৰ বলিষ্ঠ অভিনয়েৰে দর্শকক মন্ত্র-মুগ্ধ কৰিলে

उदाहरण :

पर्यायवाची : দৃশ্য, নাট্যাংক, নাট্যাংশ

अर्थ : শূন্যৰ পৰা নলৈকে সংখ্যা

उदाहरण : তিনিটা অংকৰ সকলোতকৈ সৰু সংখ্যাটো হৈছে এশ

पर्यायवाची : অঙ্ক

अर्थ : কোনো পৰীক্ষা বা প্রতিযোগিতাত পোৱা এক সংখ্যা বিশেষ যাৰ যোগেদি প্রতিযোগী বা পৰীক্ষার্থীৰ শ্রেষ্ঠতা বিষয়ে জানিব পাৰি

उदाहरण : তেওঁ বছৰেকীয়া পৰীক্ষাত চাৰিশ নম্বৰৰ ভিতৰত তিনিশ নম্বৰ লাভ কৰিলে

पर्यायवाची : অঙ্ক, নম্বৰ

अर्थ : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি

उदाहरण : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা

पर्यायवाची : খণ্ড, নম্বৰ, সংখ্যা

अर्थ : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট

उदाहरण : এক কোটি বহুত ডাঙৰ সংখ্যা

पर्यायवाची : অঙ্ক, সংখ্যা, ৰাশি

अर्थ : সংখ্যাৰ চিহ্ন

उदाहरण : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক

पर्यायवाची : অঙ্ক, সংখ্যা

अर्थ : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে

उदाहरण :

पर्यायवाची : অধ্যায়, অনুচ্ছেদ, আধ্যা, খণ্ড, ছেদ, পাঠ, ভাগ

चौपाल