सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : সমষ্টি বা সমূহৰ কোনো অংশ
उदाहरण : ইয়াৰ মাজ ভাগ কিছু শকত
पर्यायवाची : ভাগ
अर्थ : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়
उदाहरण : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা
पर्यायवाची : অংগ, খণ্ড, টুকুৰা, বিভাগ, ভাগ
अर्थ : কোনো সম্পত্তি বা তাৰ পৰা হোৱা আয়ৰ ভাগ বা অংশ
उदाहरण : তেওঁ ্মোৰ অংশখিনিও ্হেঁচি থলে ইয়াত মোৰো ভাগ আছে
अर्थ : যন্ত্র আদিৰ কোনো অংগ বা অংশ
उदाहरण : এই যন্ত্রটোৰ কেইবাটাও যন্ত্রাংশ বেয়া
पर्यायवाची : পার্ট, যন্ত্রাংশ
अर्थ : কোনো বস্তুৰ বিষয়ৰ ্অন্তর্গত ্এটা বিষয় যাৰ পৃথকে পৃথকে বিচাৰ কৰিব পৰা যায় বা বিচাৰ কৰাৰ প্রয়োজন আছে
उदाहरण : ভাৰতীয় ্অর্থব্যৱস্থাৰ বিভিন্ন দিশত ভালদৰে বিচাৰ বিবেচনা হোৱাটো আৱশ্যক
पर्यायवाची : দিশ, পক্ষ, বিভাগ
अर्थ : ভাগ-বাটোৱাৰাত লাভ কৰা অংশ
उदाहरण : মই নিজৰ অংশটোও ভাইটিটোক দি দিলোঁ
अर्थ : কোনো বস্তু বা শৰীৰৰ ্সোঁফাল বা বাওঁ্ফালৰ ভাগ
उदाहरण : আপোনাৰ কোন ফালে বিষ হৈ আছে অর্ধ্্নাৰীশ্বৰৰ এটা অংশ স্ত্রী তথা আনটো অংশ পুৰুষৰ
पर्यायवाची : দিশ, ফাল
इंस्टॉल करें