सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো কাম বা ৰোজগাৰ আদিত অংশ থকা লোক
उदाहरण : এই ব্যৱসায়টো কৰিবলৈ মোক এজন অংশীদাৰৰ আৱশ্যক
पर्यायवाची : অংশী, পার্ট্্নাৰ, ভগিয়াৰ, ভাগিদাৰ
अर्थ : কোনো অংশ বা খণ্ডৰ মালিক
उदाहरण : সোহন এই কোম্পানীটোৰ এজন অংশীদাৰ
पर्यायवाची : অংশধাৰী
इंस्टॉल करें