अर्थ : অগ্নিনি্র্বাপক বিভাগত কাম কৰা কর্ম্্চাৰী
उदाहरण :
অগ্নিনি্র্বাপক বাহিনীয়ে সোনকালে জুই নুমুৱাবলৈ সক্ষম হʼল
पर्यायवाची : অগ্নিনি্র্বাপক কর্মী
अर्थ : অগ্নিনি্র্বাপক বিভাগত কাম কৰা কর্ম্্চাৰীৰ সমূহ
उदाहरण :
জুই লগাৰ খবৰ পোৱাৰ লগে-লগেই অগ্নিনি্র্বাপক বাহিনী ঘটনাস্থলীত গৈ উপস্থিত হʼল
अर्थ : জুই নিয়ন্ত্রিত কৰিবৰ কাৰণে গঠন কৰা বিভাগ
उदाहरण :
মিশ্রদাই অগ্নিনি্র্বাপক বাহিনীত কাম কৰে
पर्यायवाची : অগ্নিনি্র্বাপক বিভাগ