सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : গৃহহীন বা যাযাবৰ হোৱা অৱস্থা
उदाहरण : কিছুমান মানুহ অঘৰী হʼবলৈ বাধ্য হয়
पर्यायवाची : যাযাবৰ, যাযাবৰী
अर्थ : যি লোকৰ কোনো স্থায়ী বসতিস্থল নাথাকে আৰু যাৰ কাৰণে তেওঁলোকে সদায় এখন ঠাই এৰি অন্য এখন ঠাইলৈ যাবলগীয়া হয়
उदाहरण : পথৰ দাঁতিত অঘৰীসকলে নিজৰ তম্বু তৰিছে
पर्यायवाची : জিপচি
इंस्टॉल करें