सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : হাত বা ভৰিৰ কাষত থকা সকলোতকৈ মোটা আঙুলি
उदाहरण : একলব্যই দ্রোণাচার্যক দক্ষিণা হিচাপে নিজৰ ্ সোঁহাতৰ বুঢ়া আঙুলি কাটি দিছিল
पर्यायवाची : অংগুষ্ঠ, বুঢ়া আঙুলি, বৃদ্ধাংগুলি, বৃদ্ধাংগুষ্ঠ
अर्थ : হাত বা ভৰিৰ আগৰ পৰা ওলোৱা অংগবিশেষ যি সাধাৰণতে পাঁচটাহে হয়
उदाहरण : তেওঁৰ ্ সোঁহাতত ছটা আঙুলি আছে
पर्यायवाची : অঙ্গুল, অঙ্গুলি, আঙুল, আঙুলি, আঙ্গুল, আঙ্গুলি, কৰকণ্টক, কৰজ, কৰশাখা
इंस्टॉल करें