अर्थ : পাৰস্পৰিক বিবাদৰ ফলত হোৱা সেই অৱস্থা যেতিয়া দুটা পক্ষই নিজৰ কথাত আঁকোৰগোজ হৈ থাকে আৰু মিলা-মিছা কৰি দিয়াৰ কোনো পথ বিচাৰি পোৱা নাযায়
उदाहरण :
কোনো এজনে সৰু হৈ দিয়াৰ অবিহনে এই অচলাৱস্থাৰ পৰিসমাপ্তি নঘটে
पर्यायवाची : দবকামৰ অৱস্থা