अर्थ : বিদ্যাৰ অভাৱ
उदाहरण :
আপুনি বিদ্যা অর্জন কৰি নিজৰ অজ্ঞতা দূৰ কৰিব পাৰে
पर्यायवाची : অজ্ঞানতা, অবিজ্ঞতা, জ্ঞানহীনতা
अर्थ : জ্ঞান নোহোৱা অৱস্থা বা ভাব
उदाहरण :
প্রকৃত গুৰুৱে অজ্ঞানতা দূৰ কৰি মানুহক জ্ঞানৰূপী পোহৰৰ সন্ধান দিয়ে
पर्यायवाची : অজ্ঞানতা, অন্ধকাৰ, জ্ঞানহীনতা, মূঢ়তা