अर्थ : বিদ্যাৰ অভাৱ
उदाहरण :
আপুনি বিদ্যা অর্জন কৰি নিজৰ অজ্ঞতা দূৰ কৰিব পাৰে
पर्यायवाची : অজ্ঞতা, অবিজ্ঞতা, জ্ঞানহীনতা
अर्थ : জীৱৰ আত্মাক গুণ আৰু গুণৰ কার্যৰ ্পৰা পৃথক বুলি নভবা অবিবেক
उदाहरण :
অজ্ঞানতাই সকলো দুখৰ কাৰণ
अर्थ : জ্ঞান নোহোৱা অৱস্থা বা ভাব
उदाहरण :
প্রকৃত গুৰুৱে অজ্ঞানতা দূৰ কৰি মানুহক জ্ঞানৰূপী পোহৰৰ সন্ধান দিয়ে
पर्यायवाची : অজ্ঞতা, অন্ধকাৰ, জ্ঞানহীনতা, মূঢ়তা
अर्थ : অবোধ হোৱাৰ অৱস্থা বা ভাব
उदाहरण :
অবোধতাৰ কাৰণে বহুতো লʼৰা-ছোৱালীয়ে নকৰিবলগীয়া কামো কৰি পেলায়
पर्यायवाची : অবোধতা