पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অতিশয়োক্তি शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অতিশয়োক্তি   বিশেষ্য

अर्थ : যি ্অর্থালংকাৰে কোনো বস্তুৰ অতিমাত্রা বর্ণ্্না কৰে

उदाहरण : এই কবিতাত নায়িকাৰ ৰূপ বর্ণ্্নাত অতিশয়োক্তিৰ প্রয়োগ হৈছে

अर्थ : যি অলংকাৰত ভেদত অভেদ, অসম্বন্ধত সম্বন্ধ আদি দেখুৱাই কোনো বস্তুক বহুত বঢ়াই বর্ণ্্না কৰা হয়

उदाहरण : আদিযুগৰ কবিসকলৰ ৰচনাবোৰ অতিশয়োক্তি অলংকাৰেৰে ভৰি আছে

पर्यायवाची : অতিশয়োক্তি অলংকাৰ

अर्थ : নিজৰ ফালৰ পৰা বহুত ধৰণে মিলাই কোৱা কথা

उदाहरण : তেওঁৰ ্ভাষণ অতিশয়োক্তিৰে ভৰা

पर्यायवाची : অতিৰঞ্জন, অযুক্তি

चौपाल