सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : পাৰ হৈ যোৱা কাল বা সময়
उदाहरण : এই উপন্যাসখন অতীতৰ ঘটনাৰ ওপৰত আধাৰিত কালিৰ কথা মনত পেলাই দুখী হোৱা ভাল নহয়
पर्यायवाची : অতীত, অতীতকাল, আগৰ সময়, কালি, গত কাল, গত সময়, পূর্ব্্কাল, ভূত কাল, ভূতকাল
अर्थ : অতীত সময়ৰ ক্রিয়া বা অৱস্থাৰ বিষয়ে নির্দেশ ্কৰা ব্যাকৰণৰ এক কাল
उदाहरण : অতীত কালৰ কিছুমান উদাহৰণ দিয়া
पर्यायवाची : ভূত, ভূত কাল
इंस्टॉल करें