पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অত্যধিক शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অত্যধিক   ক্ৰিয়া বিশেষণ

अर्थ : বহুত বেছি

उदाहरण : ৰোগীজন বিষত বহুত পীড়িত হৈ আছে

पर्यायवाची : অত্যন্ত, বহুত

অত্যধিক   বিশেষণ

अर्थ : প্রয়োজনতকৈ অধিক

उदाहरण : অত্যধিক বাৰিষাৰ কাৰণে জন-জীৱন স্তব্ধ হৈ পৰিল

पर्यायवाची : ভীষণ, ভয়ংকৰ, ভয়ানক

अर्थ : বহুত বেছি

उदाहरण : মহাজন মুৰাৰীলালৰ হাতত প্রচুৰ ধন আছে তেওঁ ্তোমাক বহুত অত্যধিক ভাল পায়

पर्यायवाची : প্রচুৰ, বিপুল, বিস্তৰ

अर्थ : যি পৰিমাণত বেছি

उदाहरण : তেওঁৰ দুর্দশ্া দেখি মোৰ বৰ দুখ লাগিল তেওঁ ্ বহুত সম্পত্তিৰ অধিকাৰী

पर्यायवाची : অগণন, অগাধ, অজস্র, অতি, অতিপাত, অতীব, অত্যন্ত, অধিক, অনেক, অসংখ্য, এগাল, কোটি কোটি, ঢেৰ, দেধাৰ, প্রগাঢ়, প্রচুৰ, বহু, বহুত, বাৰেপাচি, বিপুল, বিস্তৰ, বেছি, বৰ, যথেষ্ট, লাখ লাখ, শ শ, সৰহ, হাজাৰ হাজাৰ, হাজাৰ-বিজাৰ

अर्थ : অধিকৰো অধিক

उदाहरण : অত্যধিক লোকে নিজৰ লʼৰা-ছোৱালীক ইংৰাজী মাধ্যমত পঢ়াবলৈ লৈছে

चौपाल