अर्थ : ব্রহ্ম তথা জীৱক এক বুলি গণ্য কৰা বা অদ্বৈত যিদ্ধান্তক মানি চলা ব্যক্তি
उदाहरण :
শংকৰাচার্য অদ্বৈতবাদী আছিল
पर्यायवाची : একাত্মবাদী, একেশ্বৰবাদী
अर्थ : যি ঈশ্বৰ আৰু জীৱক এক বুলি মানে
उदाहरण :
অদ্বৈতবাদী শংকৰাচার্যই হিন্দু ধর্মৰ পুণৰুত্থান কৰিলে
पर्यायवाची : একাত্মবাদী, একেশ্বৰবাদী