सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বস্তু আদিৰ আধাতকৈ অধিক ভাগ
उदाहरण : বানপানীৰ কাৰণে পূর্বাঞ্চলৰ অধিকাংশ ঠায়েই পানীত বুৰ গৈছে
पर्यायवाची : অধিক অংশ, অধিক ভাগ
अर्थ : অধিক অংশৰ লগত সম্পর্কীত বা অধিক অংশৰ বা যি অধিক মাত্রাত হয়
उदाहरण : এই ক্ষেত্রৰ অধিকাংশ ভাগ জংঘলেৰে আগুৰি আছে
पर्यायवाची : বেছিভাগ
इंस्टॉल करें