पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অধিকাৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অধিকাৰ   বিশেষ্য

अर्थ : কোনো বস্তু বা সম্পত্তি আদিৰ ওপৰত বলপূর্বক ্ভাবে আৰোপ কৰা প্রভুত্ব

उदाहरण : সৈনিকে কিল্লাটো নিজৰ অধিকাৰত আনিলে

अर्थ : যিহৰ আধাৰত কোনো বস্তু নিজৰ ওচৰত ৰখা অথবা কাৰোবাৰ পৰা লোৱা বা খুজিব পৰা যায়

उदाहरण : এই সম্পত্তিৰ ওপৰত সীতাৰো অধিকাৰ আছে

पर्यायवाची : দখল, স্বত্ব, হক

अर्थ : অধিপতি হোৱা অৱস্থা বা ভাব

उदाहरण : প্রথমতে ভাৰতত বিদেশীৰ আধিপত্য আছিল

पर्यायवाची : আধিপত্য, প্রভুত্ব, শাসনাধিকাৰ

अर्थ : কোনোৱে কিবা কৰিব পৰাৰ যোগ্যতা

उदाहरण : কিছুমান মানুহে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰে

पर्यायवाची : শক্তি

चौपाल