अर्थ : যাৰ হাতত অধিকাৰ বা ক্ষমতা আছে
उदाहरण :
ইংৰাজ অধিকাৰী সকলে গোলাম ভাৰতীয় সকলৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল
अर्थ : হক বা অধিকাৰ সাব্যস্ত কৰা ব্যক্তি
उदाहरण :
এই সম্পত্তিখিনিৰ চাৰিজন দাবীদাৰে নিজৰ মাজতে কাজিয়া কৰিলে
पर्यायवाची : দাবীদাৰ
अर्थ : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি
उदाहरण :
অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল
पर्यायवाची : অধিপতি, গুৰি ধৰোতা, প্রধান, মুখিয়াল, মুৰব্বী, সর্বেসর্বা
अर्थ : যাক অধিকাৰ দিয়া হৈছে বা যাৰ কোনো কাম কৰাৰ বা পোৱাৰ অধিকাৰ আছে
उदाहरण :
আইতাৰ উইলনামা অনুসৰি ৰামেই এই ঘৰটোৰ অধিকাৰী
पर्यायवाची : হকদাৰ