अर्थ : অধ্যয়ন কৰা কোঠা
उदाहरण :
সুধীৰে পঢ়া-কোঠাত বহি পঢ়ি আছে
पर्यायवाची : পঢ়া-কোঠা, পঢ়াকোঠা, ষ্টাডি ৰুম
अर्थ : যি ঠাইত বহি পাঠকসকলে কিতাপ, পত্রিকা আদি পঢ়ে
उदाहरण :
শ্যামে নিজৰ বেছিভাগ সময় অধ্যয়নকক্ষত কিতাপৰ সৈতে পাৰ কৰে
पर्यायवाची : অধ্যয়নকক্ষ