सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : মুখৰ আগভাগত থকা মেলিব আৰু জপাব পৰা দাঁত ঢাকি থোৱা মঙহাল অংশ
उदाहरण : মৃত্যুৰ সময়তো শ্যামৰ ওঁঠত পুতেকৰ নামেই আছিল
पर्यायवाची : ওঁঠ, ওষ্ঠ, দন্তচ্ছদ
अर्थ : তলৰ ওঁঠ
उदाहरण : তলৰ ওঁঠ আৰু ওপৰৰ ওঁঠৰ (প-বর্গ) ্দ্বাৰা ধ্বনি উৎপন্ন হয় ৰাজুৰ তলৰ ওঁঠখন কটা
पर्यायवाची : অধৰাধৰ, অধৰোষ্ঠ, তলৰ ওঁঠ
इंस्टॉल करें