अर्थ : আগত বা ভৱিষ্যতে হʼবলগীয়া বা তাৰ সৈতে সম্বন্ধিত
उदाहरण :
মই আগন্তুক পৰীক্ষাৰ কাৰণে প্রস্তুতি চলাই আছো
पर्यायवाची : আগতপ্রায়, আগন্তুক, আসন্ন, আহি থকা-, আহিব লগা-, আহিবলগীয়া, উত্তৰকালীন, প্রত্যাসন্ন, ভৱিতব্য, ভৱিষ্যকালৰ, সন্নিকট, সমাসন্ন
अर्थ : যি অহা নাই বা হোৱা নাই
उदाहरण :
আমি অনাগত বন্ধুৰ অপেক্ষা কৰি আছোঁ
अर्थ : ভৱিষ্যত কালত হʼবলগীয়া
उदाहरण :
আমি ভৱিষ্যতকালৰ আঁচনিৰ ৰূপৰেখা প্রস্তুত কৰি লোৱা উচিত
पर्यायवाची : উত্তৰকালীন, ভাবী, ভৱিতব্য, ভৱিষ্যতকালীন, ভৱিষ্যতকালৰ