अर्थ : কাৰোবাৰ কোনো সিদ্ধান্ত মানি বা সেই অনুসৰি চলা
उदाहरण :
তেওঁ সন্ত কবীৰৰ অনুগামী
पर्यायवाची : অনুগত
अर्थ : কাৰোবাক সমান আচৰণ কৰোতা
उदाहरण :
ইয়াত অনুগামী লোকৰ অভাৱনো কʼত হৈছে
अर्थ : আজ্ঞাৰ পালন কৰোতা
उदाहरण :
কৃষকজনে নিজৰ আজ্ঞাকাৰী পুত্রকলৈ বহুত সুখী আছিল
पर्यायवाची : আজ্ঞা পালক, আজ্ঞাকাৰী, আজ্ঞাপালক