सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো কাম কৰাৰ আগতে সেই সম্পর্কে ্আজ্ঞাৰ ৰূপত জ্যেষ্ঠজনৰ পৰা লোৱা স্বীকৃতি
उदाहरण : ডাঙৰৰ অনুমতি অবিহনে কোনো কাম কৰা উচিত নহয়
पर्यायवाची : অনুজ্ঞা, আজ্ঞা, আদেশ
अर्थ : স্বীকাৰ কৰাৰ কার্য ্ বা ভাব
उदाहरण : ভাৰত চৰকাৰে এই যোজনাটো আৰম্ভ কৰাৰ কাৰণে অনুমতি প্রদান কৰিছে
पर्यायवाची : মঞ্জুৰি
इंस्टॉल करें