अर्थ : কাৰোবাৰ পিছত যোৱা কার্য
उदाहरण :
লʼৰাটোৱে নিজৰ মাকক অনুসৰণ কৰি গৈ আছে
पर्यायवाची : অনুগমন কৰা, পিছত যোৱা
अर्थ : কাৰোবাৰ কথা-ব্যৱহাৰ, অংগী-ভংগী আদি ঠিক সেইদৰেই ব্যৱহাৰ কৰা
उदाहरण :
শ্যামুৱে নিজৰ ককাদেউতাকৰ নকল কৰে
पर्यायवाची : অনুকৰণ কৰা, নকল কৰা