अर्थ : কোনো কথা বা কামত সন্মতি আদায়ৰ কাৰণে সন্মান সহকাৰে জনোৱা এক কার্য
उदाहरण :
কাৰোবাৰ অনুৰোধক নেওচা দিয়াটো ভাল কথা নহয়
अर्थ : কাৰোবাৰ হকে কোনোৱে কৰা অনুকূল অনুৰোধ
उदाहरण :
দলপতি মহোদয়ে চাকৰিৰ কাৰণে উপায়ুক্তক অনুৰোধ কৰিলে
पर्यायवाची : ফৰমাইচ
अर्थ : কাৰোবাৰ পৰা কিবা কৰিবৰ কাৰণে নম্রতা সহকাৰে কৰা নিবেদন
उदाहरण :
চকিদাৰজনে ছুটী মঞ্জুৰিৰ কাৰণে বিষয়াজনৰ ওচৰত প্রার্থ্্না জনালে
पर्यायवाची : প্রার্থ্্না, মিনতি
अर्थ : বিশেষভাৱে আজ্ঞা দি বা অনুৰোধ কৰি কৰোৱা, মগোৱা বা তৈয়াৰ কৰোৱা
उदाहरण :
আমি ৰেডিঅʼত অনুৰোধৰ গান শুনি আছোঁ