अर्थ : অন্ধবিশ্বাস কৰোতা ব্যক্তি
उदाहरण :
আধুনিক যুগতো অন্ধবিশ্বাসীৰ অভাৱ নাই
पर्यायवाची : অন্ধ-বিশ্বাসী
अर्थ : অন্ধবিশ্বাস কৰোতা
उदाहरण :
ধর্মৰ ্নামত অন্ধবিশ্বাসী ব্যক্তিক ঠগিবলৈ সহজ হয়
पर्यायवाची : অন্ধ-বিশ্বাসী