सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : মনোযোগ দি চোৱা কার্য
उदाहरण : শিক্ষার্থীয়ে গৱেষণাগাৰত অন্বেষণ কৰি আছে
अर्थ : কোনো বিষয়ৰ ভালদৰে অনুশীলন কৰি সেই সম্পর্কে নতুন কথা বা তথ্যৰ বিচাৰ কৰা কার্য
उदाहरण : ৰবট বৈজ্ঞানিকৰ গৱেষণাৰ ফল
पर्यायवाची : অনুসন্ধান, এষণা, গৱেষণা
अर्थ : কোনো বিষয়ৰ তথ্য সম্বন্ধে চালিজাৰি চোৱা কার্য
उदाहरण : তহচিলদাৰে গাঁওখনৰ তদন্ত কৰিবলৈ আহি আছে
पर्यायवाची : অনুসন্ধান, তদন্ত, বিচাৰ, বুজ
इंस्टॉल करें