सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : অন্যফালৰ পৰা বা আন কোনোৰ সৈতে
उदाहरण : মই আপোনাক একো সহায় কৰিব নোৱাৰো আপুনি অন্যৰ পৰা লওক
पर्यायवाची : বেলেগৰ
अर्थ : নিজৰ আত্মীয়-কুটুম্ব বা সমাজৰ বাহিৰৰ
उदाहरण : তেওঁ পৰৰ ্সহায়তা কৰি ভাল পায়
पर्यायवाची : অন্য, আন, আনৰ, পৰ, পৰৰ, লোকৰ
इंस्टॉल करें