अर्थ : অপকাৰ কৰোতা ব্যক্তি
उदाहरण :
অপকাৰীয়ে জীৱনত কেতিয়াও সুখ লাভ কৰিব নোৱাৰে
पर्यायवाची : অনিষ্টকাৰী, ্অনর্থ্্কাৰী
अर्थ : যি অপকাৰ কৰে বা অপকাৰ কৰোঁতাজন
उदाहरण :
অপকাৰী লোকে কেতিয়াও শান্তিৰে শুব নোৱাৰে
पर्यायवाची : অনিষ্টকাৰী, অনুপকাৰী